অসংখ্য আটিল আৰু ষ্টাইলিছ বৈশিষ্ট্যৰে ভৰপূৰআটিল বৈশিষ্ট্যৰ উপৰিও অল-নিউ CT 110-এ আপোনালৈ যাচে আশা কৰাতকৈও বহু বেছিকৈ, যেনে ধৰক অত্যুত্তম মাইলেজৰ বাবে এটা মজবুত ইঞ্জিন, চেমি নবী টায়ার্চ আৰু বেছ প্লেট, যাতে যিকোনো পথতে ই যাব পাৰে গৌরৱেৰে।ইমানেই নহয়, নতুন CT 110-ৰ ষ্টাইলৰো কোনো তুলনা নাই, যাৰ কাৰণ হ’ল ইয়াৰ আকর্ষণীয় LED DRL, অল ব্লেক লুক আৰু ষ্টাইলিছ কালার্চ।
Your enquiry has been registered with us, our representatives will get back to you shortly.
send a new query✕We already have your details. Our representatives will get back to you shortly.
send a new query✕