অসংখ্য আটিল আৰু ষ্টাইলিছ বৈশিষ্ট্যৰে ভৰপূৰনতুন CT100 আপুনি আশা কৰাতকৈ কেইবা খোপো চৰা, ইয়াৰ অত্যুত্তম ৰূপআৰু পাৰফর্মেন্সৰ ফলত। ইয়াৰ নির্ভৰযোগ্য DTS-i ইঞ্জিন, আটিল ৰূপ আৰু মজবুত গঠনে যিকোনো পথকে সহজে আকোৱালি লয়। নতুন CT100 এতিয়া হৈ পৰিল অধিক আটিল, ইয়াৰ 11 টা নতুন আটিল বৈশিষ্ট্যৰ ফলস্বৰূপে, যেনে ধৰক - ফিউৱেল মিটাৰ, ফ্রন্ট চাচপেঞ্চন বেলোজ, ৰবৰ টেঙ্ক পেড্চ, অধিক ডাঠ আৰু ফ্লেটাৰ ছিট আৰু বহুতো । এই ষ্টাইলিছ, নতুন CT100 উপলব্ধ 3 টা আকর্ষণীয় ৰঙত - এবনী ব্লেক, অলিভ গ্রীন আৰু ফ্লেইম ৰেড।
Your enquiry has been registered with us, our representatives will get back to you shortly.
send a new query✕We already have your details. Our representatives will get back to you shortly.
send a new query✕